চৰকাৰী কৰ্মচাৰীসকলৰ যিকোনো অভিযোগ নিস্পত্তি কৰাৰ বাবে অসম প্ৰশাসনিক ন্যায়াধিকৰণ গঠন কৰা হৈছিল। কিন্তু ইয়াত তলত উল্লেখ কৰা সমূহ অন্তৰ্ভুক্ত নহয় :
- গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অন্তৰ্গত সেৱাসমূহ
- অসম বিধানসভাৰ অন্তৰ্গত সেৱাসমূহ
- অসম লোক সেৱা আয়োগৰ অন্তৰ্গত সেৱাসমূহ
- ভাৰতীয় ইউনিয়নৰ ভাৰতীয় সেৱাসমূহ আৰু অন্যান্য চিভিল সেৱাসমূহ