মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ কৰ্মচাৰী বিভাগ অসম প্ৰশাসনিক ন্যায়াধিকৰণ

বুৰঞ্জী

  • অসম প্ৰশাসনিক ন্যায়াধিকৰণ অসম প্ৰশাসন আইন, ১৯৭৭ ৰ নিয়ম অনুযায়ী প্ৰতিস্থা কৰা হৈছিল।চৰকাৰী সিদ্ধান্তসমূহৰ দ্বাৰা পীড়িত কৰ্মচাৰীসকলৰ সমস্যাৰ সমাধান তড়িত গতিত কৰিবৰ বাবে এই বিভাগৰ গঠন কৰা হৈচিল।সেইবাবে, অসম প্ৰশাসনিক ন্যায়াধিকৰণ আইন, ১৯৭৭ অনুসৰি চৰকাৰী কৰ্মচাৰী সকলৰ সমস্যাৰ সমাধান দিবৰ বাবে অন্যান্য চিভিল কোৰ্টসমূহ অপাৰগ।